মাখন চুৰি কৰি খাইছিল ৷ কাজেই তোমালোক দুজনে মিলি মুছলিম চোৰজনৰ হাত কাটি দিয়া ৷" হিন্দু আৰু শিখ চোৰ দুয়োজনে সন্তুষ্ট হৈ মুছলিম চোৰ বন্ধুজনৰ হাত এখন কাটি দিলে ৷ গৃহস্থই এইবাৰ হিন্দু চোৰজন লৈ চাই ক'লে- “চোৱা শিখ সকল হ'ল হিষ্ট-পুষ্ট, শক্তিশালী আৰু তেওঁলোকৰ ধৰ্ম গ্ৰন্থ মতে চুৰি কৰা হ'ল মহাপাপ ৷ আমি দুয়ো মিলি কুলঙ্গাৰৰ ভৰি ভাঙি দিও ৷" কথা মতে কাম ৷ দুয়ো মিলি শিখ চোৰ গৰাকীৰ ভৰি ভাঙি দিলে ৷ এইবাৰ খ্ৰীষ্টান গৃহস্থই ক'লেঃ “চুৰিৰ অপৰাধত যদি মা যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক উৰালত বান্ধি থ'ব পাৰে তেন্তে তই কোন কুটা বে !"


Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান