Posts

Showing posts from September, 2021
  মাখন চুৰি কৰি খাইছিল ৷ কাজেই তোমালোক দুজনে মিলি মুছলিম চোৰজনৰ হাত কাটি দিয়া ৷" হিন্দু আৰু শিখ চোৰ দুয়োজনে সন্তুষ্ট হৈ মুছলিম চোৰ বন্ধুজনৰ হাত এখন কাটি দিলে ৷ গৃহস্থই এইবাৰ হিন্দু চোৰজন লৈ চাই ক'লে- “চোৱা শিখ সকল হ'ল হিষ্ট-পুষ্ট, শক্তিশালী আৰু তেওঁলোকৰ ধৰ্ম গ্ৰন্থ মতে চুৰি কৰা হ'ল মহাপাপ ৷ আমি দুয়ো মিলি কুলঙ্গাৰৰ ভৰি ভাঙি দিও ৷" কথা মতে কাম ৷ দুয়ো মিলি শিখ চোৰ গৰাকীৰ ভৰি ভাঙি দিলে ৷ এইবাৰ খ্ৰীষ্টান গৃহস্থই ক'লেঃ “চুৰিৰ অপৰাধত যদি মা যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক উৰালত বান্ধি থ'ব পাৰে তেন্তে তই কোন কুটা বে !"
 সবনম চৌধুৰী® আমি আমাৰ ইতিহাস পাহৰি গৈছো, মৃত্যুৰ কাফন মূৰত লৈ ফুৰা জাতি আজি সকলোতে লাঞ্চিত-বঞ্চিত-শোষিত-পীড়িত হ'ব লগা হৈছে ৷ সেয়ে মাত্ৰ অ' আ" বৰ্ণৰ কেইগৰাকীমান মহান বীৰ ছহিদ নাম উল্লেখ কৰিলো, যি 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই শক্তি প্ৰদৰ্শন কৰি ছহিদ হৈছিল- আব্দুল (ফ্ৰেছাৰ নামৰ বৃটিছ অফিচাৰৰ হত্যাৰ অভিযোগত মৃত্যুদণ্ড), আব্দুৰ ৰহিম খান (মুজাফ্ফৰ নগৰ, চিপাহী বিদ্ৰোহত জড়িত), নবাব আব্দুৰ ৰহমান খান (হাৰিয়ানা), আব্দুৰ ৰহমান পাঠান (দিল্লী), আব্দুল্লাহ শ্বেখ (দিল্লী), আব্দুল্লা ( ফাঁচী দি মাৰে), আবিদ আলি খান (মোৰদাবাদৰ আদিবাসী), আবিদুদ্দিন আব্বাছ (দিল্লী) আবু আব্বাছ (দিল্লী), আবু বক্কৰ মিৰ্জা (দিল্লী), আচ্ছান খান (অযোধ্যা), আয়েজাজ শ্বাহ, আফচাৰ ইয়াৰ খান, আগা হুছেইন পাঠান, আহদু খান, আহমদ বক্স, আহমদ ইয়াৰ খান, আহমদুল্লা খান, আহমদুল্লা শ্বাহ, আহমদ আলি খান, আহমদ বক্স শ্বেখ, আহমদ বক্স মোগল, আহমেদ খান (দিল্লী), আহমেদ খান (পঞ্জাৱ) আহমদ মীৰ্জা ( হাৰিয়ানা), আজাইব খান, আজমীৰ খান(ৰাজস্থান), আকবৰ খান (হাৰিয়ানা), আকবৰ খান (গুৰগাঁও), আকবৰ চিকু, আল্লাউদ দৌলা, আলা উদ্দিন শ্বেখ, আলি বাহাদুৰ, আলি বক